Posts

এগৰাকী সফল মাৰোৱাৰী ব‍্যৱসায়ীৰ অসমীয়া ব‍্যৱসায়ীৰ প্ৰতি মনৰ কথা

Image
এগৰাকী সফল মাৰোৱাৰী ব‍্যৱসায়ীৰ অসমীয়া ব‍্যৱসায়ীৰ প্ৰতি মনৰ কথা- মই এজন মাৰোৱাৰী ব্যৱসায়ী ।। বহু দিনৰ পৰা আপোনালোকৰ লক্ষ্য কৰি আছো আৰু ভালো লাগিছে আজিৰ অসমৰ প্ৰজন্মই ব্যৱসায়ীৰ প্ৰতি আগ্ৰহী ।। পোন্ধৰ বছৰ আগতে মই আপোনালকৰ মাজৰ পৰাই আহিছিলোঁ গুজৰাতলৈ আৰু থিতাপি লৈছিলোঁ বস্ত্ৰ নগৰী চুৰাটত আৰু তাৰ পাছত আহমেদাবাদ ।। অসমৰ সৰু এখন গাঁৱৰ পৰা আহি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেপাৰ শিকিলো আৰু ঈশ্বৰৰ কৃপাত সফলো হলো ।। যিকি নহওক মই মাত্ৰ অপোনালোকক নিজ অভিজ্ঞতাৰ  কেইটামান কথা কম  যিবোৰ আপোনালোকৰ ব্যৱসায়িত হয়তো সহায়ক হব পাৰে ।। ১) ব্যৱসায় কৰিব হলে প্ৰথমে যি বস্তুৰ প্ৰয়োজন তাৰ নাম ধৈৰ্য্য ।।কাৰণ এটা ব্যৱসায়ী সম্পূৰ্ণ ভাবে প্ৰতিষ্ঠা হবলৈ 1000 দিন লয় ।। ২) নিৰ্ণয় লোৱাৰ ক্ষমতা ।। ৩) ৰিসক লোৱাৰ ক্ষমতা ।।  ৪) সততা ।। মানুহে আপোনাক বিশ্বাস কৰিব পাৰে সেই বিশ্বাস মানুহৰ মাজত জগাই তোলাৰ ক্ষমতা আপোনাৰ ভিতৰত থাকিব লাগিব ।। মানে লেনদেন খিনি চাফা আৰু প্ৰতিশ্ৰুতিৰ পাকা হব লাগিব।। কিছুমানে অভিযোগ দিয়ে যে বেংকে আমাক লোণ নিদিয়ে তাৰ কাৰণ লেনদেন খিনি চাফা নহয় বা সিহঁতে(বেংকে) আপোনাক বিশ্বাস নকৰে ।। ৫) কুৱা...